October 21, 2025 6:55 PM

views 92

ছানায়ে টাকাইচিক জাপানৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্রী হিচাপে নির্বাচন

জাপানৰ সংসদে নতুন ইতিহাসৰ সূচনা কৰি ছানায়ে টাকাইচিক দেশখনৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্রী হিচাপে নির্বাচন কৰিছে। লিবাৰেল ডেম'ক্রেটিক পার্টীৰ নেত্রী টাকাই চিয়ে পুৰণি মিত্ৰদল কমেইট'ৰ পৰা পৃথক হোৱাৰ পাছত জাপান ইন ইন'ভেচন পার্টী- জে আই পিৰ সৈতে এখন নতুন চৰকাৰ গঠন কৰিব। তেওঁ আজি বিয়লি আনুষ্ঠানিকভাবে প্রধানমন্ত্রী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব। টাকাইচিয়ে দেশখনৰ উচ্চ সদনত প্রয়োজনীয় ভোটতকৈ মাত্র এটা ভোট বেছি অর্থাৎ ১২৫ টা ভোট লাভ কৰে। ইয়াৰ পূৰ্বে তেওঁ নিম্ন সদনত ২৩৭ টা ভোট লাভ কৰিছিল। নিম্ন সদনত তেওঁক ২৩৩ ...