May 12, 2024 8:30 PM
122
উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টীৰ ষষ্ঠ তথা সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ
উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টীয়ে ষষ্ঠ তথা সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ আন এখন তালিকা প্ৰকাশ কৰিছে। দলটোৱে মির্জাপুৰৰপৰা ৰমেশ বিন্দক প্রার্থী হিচাপে প্ৰক্ষেপ কৰিছে। ইয়াৰ পূৰ্বে দলটোৱে মির্জাপুৰ আসনখনৰ বাবে ৰাজেন্দ্ৰ বিন্দক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল যদিও, ভাদহিৰ বিজেপিৰ সাংসদ ৰমেশ বিন্দে সমাজবাদী পাৰ্টীত যোগদান কৰাৰ লগে লগে অখিলেশ যাদৱে তেওঁক প্রার্থিত্ব প্ৰদান কৰে। এতিয়া ৰমেশ বিন্দে নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটৰ অপনা দলৰ প্ৰাৰ্থী অনুপ্রিয়া পেটেলৰ মুখামুখি হ'ব। তদুপ...