May 14, 2025 10:03 AM

views 37

১৯ বছৰ অনূৰ্ধ্ব ছাফ ফুটবল চেম্পিয়নশ্বিপৰ গ্ৰুপ ‘বি’ৰ শীৰ্ষস্থানত ভাৰত

১৯ বছৰ অনূৰ্ধ্ব ছাফ ফুটবল চেম্পিয়নশ্বিপত ভাৰতে গ্ৰুপ বিৰ শীৰ্ষস্থান দখল কৰিছে। প্ৰতিযোগিতাত ভাৰতে কালি অৰুণাচল প্ৰদেশৰ য়ুপিয়াত অনুষ্ঠিত এখন খেলত নেপালক ৪-০ গ'লত পৰাস্ত কৰে। ভাৰতৰ হৈ ৰোহেন সিং ছাপামায়ুমে দুটা আৰু ওমাং ড'ডুম তথা ডেনী মেইটেয়ে এটাকৈ গ'ল কৰে । এই জয়ৰ সুবাদত ভাৰতে নিজৰ দুখন খেলৰ পৰা ৬ পইণ্ট আৰু ১২ গ’লৰ ব্যৱধানৰ জৰিয়তে গ্রুপ পৰ্যায়ৰ খেল সামৰিছে। ছেমি ফাইনেলত অহা শুকুৰবাৰে দলটোৱে গ্ৰুপ এৰ ৰানাৰ্ছআপ মালদ্বীপৰ বিৰুদ্ধে আৰু নেপালে গ্ৰুপ এৰ শীৰ্ষস্থানপ্রাপ্ত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ...