July 22, 2025 1:01 PM

views 27

ছাফ ১৭ বছৰ অনূৰ্ধ্ব চেম্পিয়নশ্বিপ ২০২৫ ফুটবল প্রতিযোগিতাৰ খেলৰ সূচী প্রকাশ

ছাফ ১৭ বছৰ অনূৰ্ধ্ব চেম্পিয়নশ্বিপ ২০২৫ ফুটবল প্রতিযোগিতাৰ খেলৰ সূচী প্রকাশ কৰা হৈছে। যোৱাবাৰৰ বিজয়ী ভাৰতক গ্ৰুপ বিত চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তান তথা ভূটান আৰু মালদ্বীপৰ সৈতে স্থান দিয়া হৈছে । আনহাতে গ্রুপ এত ৰখা দলকেইটা হৈছে শ্রীলংকা, বাংলাদেশ আৰু নেপাল। প্রতিযোগিতাখন ১৫ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰলৈ শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত হ'ব।