August 30, 2025 11:03 AM

views 49

অহা ডিচেম্বৰত ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন অহা ডিচেম্বৰত ভাৰতলৈ আহিব বুলি ক্রেমলিনৰ বৈদেশিক নীতিৰ শীর্ষ বিষয়া য়ুৰি উশ্বাক’ভে প্রকাশ কৰিছে। তেওঁ কয়, যে ৰাষ্ট্ৰপতি পুটিনে অহা সোমবাৰে চীনৰ টিয়ানজিনত হ'বলগীয়া ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ সুযোগতে এই সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ'ব। দুয়োগৰাকী নেতা ফোনযোগে নিয়মীয়াকৈ যোগাযোগত থাকে যদিও এই বছৰ প্ৰথমবাৰৰ বাবে তেওঁলোক বৈঠকত মিলিত হ'ব। প্রধানমন্ত্রী মোদীয়ে বিগত বৰ্ষত ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বাৰ্ষিক সন্মিলনত ভাগ লোৱাৰ বাবে আৰু...