November 6, 2026 10:09 AM
3
ৰাছিয়া আৰু ইউক্রেইনৰ মাজত শীঘ্রেই শান্তি চুক্তি সম্পাদন হ’ব : ডনাল্ড ট্ৰাম্প
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডানাল্ড ট্রাম্পে ৰাছিয়া আৰু ইউক্রেইনৰ মাজত শীঘ্রেই শান্তি চুক্তি সম্পাদন হ'ব বুলি বিশ্বাস ব্যক্ত কৰিছে। ইউক্রেইন আৰু ৰাছিয়াৰ সম্ভাব্য চুক্তিক বৃহৎ চুক্তি বুলি অভিহিত কৰি শ্ৰীট্রাম্পে কয় যে দেশ দুখনৰ উপৰি সমগ্র ইউৰোপ এই প্রক্রিয়াত অন্তর্ভুক্ত হোৱা উচিত।। হোৱাইট হাউছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীটাম্পে ৰাছিয়া আৰু ইউক্রেইনৰ মাজৰ আলোচনা অনুষ্ঠিত কৰাৰ বাবে চলোৱা মানৱীয় প্রচেষ্টাৰ বাবে প্রথম মহিলা মেলানিয়া ট্রাম্পৰ ভূয়সী প্রশংসা কৰে। তেওঁ কয় যে সম্ভাব্য চুক্তিৰ ব...