October 29, 2024 7:19 PM

views 49

চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মবার্ষিকীৰ সৈতে সংগতি ৰাখি ৰাজ্যত ‘একতাৰ দৌৰ’ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মবার্ষিকীৰ সৈতে সংগতি ৰাখি দেশজুৰি আজি একতাৰ দৌৰ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে নতুন দিল্লীৰ মেজৰ ধ্যানচান্দ নেচনেল ষ্টেডিয়ামৰ পৰা পতাকা জোকাৰি একতাৰ দৌৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। চৰ্দাৰ বল্লভ ভাই পেটেলৰ অৱদানৰ কথা স্মৰণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, একতাৰ দৌৰ দেশৰ একতাৰ হকে লোৱা মাত্ৰ এটা সংকল্পই নহয়, বৰং এই দৌৰ সম্প্ৰতি বিকশিত ভাৰতৰ সংকল্পৰূপে পৰিগণিত হৈছে। পেটেলে দেশীয় ৰাজ্যসমূহক একত্ৰিত কৰি এখন ঐক্যবদ্ধ দেশ গঢ়ি তোলাত...