June 28, 2026 8:50 PM

views 11

মেঘালয়ৰ শিপাৰে প্ৰস্তুত কৰা দলঙক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে স্বীকৃতি দিবলৈ আবেদন কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

আকাশবাণীৰ মন কি বাত অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মেঘালয়ৰ শিপাৰে প্ৰস্তুত কৰা দলঙৰ বিষয়ে উল্লেখ কৰি কয় যে এনে একোখন দলং নিৰ্মাণৰ বাবে কেইবাদশকৰ প্ৰয়োজন। ৰবৰ গছৰ শিপাসমূহ বছৰ বছৰ ধৰি নিৰ্দিষ্ট আকৃতিলৈ আনি এনে দলঙৰ প্ৰস্তুত কৰা হয়।  প্রধানমন্ত্রী মোদীয়ে কয় যে এই দলংসমূহ জীবিত আৰু সময়ৰ লগে লগে অতি শক্তিশালী হৈ পৰে। এনে দলঙে মেঘালয়ৰ জনসাধাৰণৰ কলাশৈলী আৰু ঐতিহ্যক প্রতিফলিত কৰে বুলি শ্রীমোদীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে মেঘালয়ৰ এই আকর্ষণীয় দলঙক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে স্বীকৃতি...