March 10, 2025 1:08 PM

views 46

আই চি চি চেম্পিয়নছ ট্ৰফীৰ খিতাপ অৰ্জন কৰি ৰোহিত শর্মা দেশৰ দ্বিতীয় সফল অধিনায়কত পৰিগণিত

আই চি চি চেম্পিয়নছ ট্ৰফীৰ খিতাপ অৰ্জন কৰি ভাৰতৰ অধিনায়ক ৰোহিত শর্মা দেশৰ দ্বিতীয় সফল অধিনায়কত পৰিগণিত হৈছে। ৰোহিতৰ নেতৃত্বতেই ৯ মাহ পূৰ্বে ভাৰতে ২০২৪ বৰ্ষৰ টি-২০ বিশ্বকাপ জয় কৰিছিল। কালিৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেল খেলখন দুবছৰৰো কম সময়ৰ ভিতৰত ভাৰতৰ ক্রমাগত চতুর্থ আই চি চি টুর্ণামেণ্টৰ চূড়ান্ত খেল আছিল। ভাৰতে ২০২৩ বৰ্ষৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু একেটা বৰ্ষতে অনুষ্ঠিত বিশ্বকাপৰো ফাইনেলত অৱতীৰ্ণ হৈছিল। ইয়াৰ সুবাদতে ৰোহিত শৰ্মাই আই চি চিৰ চাৰিওটা গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাৰ ফাইনেল খেলত কোনো...