March 20, 2025 8:22 PM

views 63

ৰিয়ান পৰাগক আই পি এল টি-২০ ত দলৰ প্ৰথম তিনিখন খেলৰ অধিনায়কৰ দায়িত্ব

ক্ৰিকেটাৰ ৰিয়ান পৰাগে আই পি এল টি-২০ ক্রিকেট প্রতিযোগিতাত ৰাজস্থান ৰয়েলছ দলৰ প্ৰথম তিনিখন খেলত নেতৃত্ব বহন কৰিব বুলি আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। এই অনুসৰি ছানৰাইজাৰ্ছ হায়দাবাদৰ বিৰুদ্ধে অহা ২৩ মাৰ্চত, কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ২৬ মাৰ্চত আৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৩০ মাৰ্চত হ'বলগীয়া খেলকেইখনত ৰিয়ানে অধিনায়কৰ দায়িত্ব পালন কৰিব। উল্লেখযোগ্য যে, আই পি এলৰ অষ্টাদশ সংস্কৰণৰ প্ৰতিযোগিতা অহা ২২ মাৰ্চত আৰম্ভ হ'ব। কলকাতা ইডেন গার্ডেনছত হ'বলগীয়া প্ৰতিযোগিতাৰ প্ৰথমখন খেলত যোৱাবাৰৰ ...

March 20, 2025 4:38 PM

views 40

আই পি এল টি-২০ ক্রিকেটত ৰাজস্থান ৰয়েলছ দলৰ প্ৰথম তিনিখন খেলত ৰিয়ান পৰাগে নেতৃত্ব বহন কৰিব

অসমৰ প্ৰতিভাসম্পন্ন খেলুৱৈ ৰিয়ান পৰাগে আই পি এল টি-২০ ক্রিকেট প্রতিযোগিতাত ৰাজস্থান ৰয়েলছ দলৰ প্ৰথম তিনিখন খেলত নেতৃত্ব বহন কৰিব। দলটোৱে আজি আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে। এই অনুসৰি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অহা ২৩ মাৰ্চত, কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ২৬ মাৰ্চত আৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৩০ মাৰ্চত হ'বলগীয়া খেলকেইখনত ৰিয়ানে অধিনায়কৰ দায়িত্ব পালন কৰিব। পৰৱৰ্ত্তী পৰ্যায়ত সম্পূৰ্ণৰূপে সুস্থ হৈ উঠাৰ পাছত সঞ্জু ছেমচনে দলটোৰ নেতৃত্ব বহন কৰিব বুলিও ঘোষণা কৰা হৈছে। একেদৰে, মুম্বাই...