March 17, 2025 5:40 PM

views 31

শিহুৰ জৰীপত সমগ্ৰ দেশৰ ভিতৰতে অসম অন্যতম মূল সংৰক্ষণ ক্ষেত্ৰ হিচাপে পৰিগণিত

দেশৰ প্ৰথমটো বিস্তৃত শিহুৰ জৰীপত সমগ্ৰ দেশতে মুঠ ৬ হাজাৰ ৩২৭টা শিহু অৱস্থিতিৰ অনুমান কৰা হৈছে। শেহতীয়াকৈ গুজৰাটৰ জুনাগড়ত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ সপ্তম বৈঠকত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি নদী ডলফিন হিচাপে জনাজাত শিহুৰ ৬৩৫টাৰ অৱস্থিতি অসমৰ ৫ খন নদীত দেখিবলৈ পোৱা গৈছে। এই সমীক্ষা অনুসৰি অসম, এইবিধ বিলুপ্তপ্ৰায় প্ৰাণীৰ অন্যতম মূল সংৰক্ষণ ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে আৰু ব্ৰহ্মপুত্ৰত ইয়াৰ অৱস্থিতি সুস্থিৰ তথা নিৰাপদ। প্রজেক্ট ডলফিনৰ অধীনত কৰা এই সমীক্ষাত অসমৰ নদী ...