November 12, 2024 6:21 PM

views 35

ঋতুপৰ্ণ দাসৰ কুৰুক্ষেত্ৰ নামৰ নাটখন আকাশবাণীৰ অখিল ভাৰতীয় নাট্যানুষ্ঠানলৈ নিৰ্বাচিত

বিশিষ্ট নাট্যকাৰ, পৰিচালক ঋতুপৰ্ণ দাসৰ কুৰুক্ষেত্ৰ নামৰ নাটখন আকাশবাণীৰ অখিল ভাৰতীয় নাট্যানুষ্ঠানলৈ নিৰ্বাচিত হৈছে। অহা ১৭ নৱেম্বৰৰ নিশা চাৰে ৯ বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা হিন্দীত আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা অসমীয়াৰ লগতে দেশৰ ৫৯১টা আকাশবাণী কেন্দ্ৰৰ পৰা অন্যান্য ২১টা আঞ্চলিক ভাষাত একে সময়তে সম্প্ৰচাৰ হ'ব।