June 13, 2026 7:22 PM
10
ঋষিৰাজ হাজৰিকাৰ বগলীজান এলেকাৰ মূল পথটোৰ পকীকৰণ কামৰ শুভাৰম্ভ
ৰঙানদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকাই আজি বগলীজান এলেকাৰ মূল পথটোৰ পকীকৰণ কামৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত ৮৮ লাখ ৮৩ হাজাৰ টকা ব্যয় সাপেক্ষে এহেজাৰ ৩৪১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা নিৰ্মাণ কৰা হ'ব। এই পথছোৱাই বগলীজান আৰু গুবৰিখালীবাসী জনসাধাৰণৰ বাবে যাতায়াত ব্যৱস্থা সূচল কৰি তুলিব। এই উপলক্ষে বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীৰ উন্নয়নৰ ধাৰা আৰু নেতৃত্বত ৰাজ্যৰ লগতে ৰঙানদী বিধানসভা সমষ্টি জিলিকি উঠিব বুলি আশা প্রকাশ কৰে। তেওঁ লগতে পথটো অনুমোদন কৰাৰ বাবে মুখ্যমন্ত্রী ড০ হিম...