December 3, 2025 12:40 PM

views 59

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ৰিলায়েন্স জিঅ’ৰ সৈতে চুক্তিত স্বাক্ষৰ

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰাষ্ট্ৰীয় ঘাইপথত দূৰসংযোগ আধাৰিত সুৰক্ষা সতৰ্কতা প্ৰণালী স্থাপন কৰাৰ বাবে ৰিলায়েন্স জিঅ'ৰ সৈতে এখন চুক্তিত স্বাক্ষৰ কৰিছে। পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা-যোৱা কৰাসকলক সময়মতে তথ্য যোগান ধৰি পথ সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাই এই উদ্যমৰ মূল উদ্দেশ্য। ইয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰ কৰাসকলে দুৰ্ঘটনাৰ আশংকাৰ পূৰ্বেই বাহনৰ গতি আৰু বাহন চালন আচৰণ ঠিক কৰিব পাৰিব। ইয়াৰ অধীনত যাত্ৰীসকলে এছ এম এছ, ৱাটছএপ আৰু উচ্চ অগ্ৰাধিকাৰ কলৰ জৰি...

July 24, 2025 9:08 PM

views 59

অনিল আম্বানী গ্ৰুপৰ কোম্পানী ৰাগাৰ বিৰুদ্ধে ঋণ জালিয়াতি আৰু ধনৰ লেন-দেনৰ লগত জড়িত তদন্ত সংক্ৰান্তত  বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ ৩৫ টা স্থানত অভিযান

বিধি বলৱৎকাৰী সঞ্চালকালয়ে আজি ৰিলায়েন্স অনিল আম্বানী গ্ৰুপৰ কোম্পানী ৰাগাৰ বিৰুদ্ধে ঋণ জালিয়াতি আৰু ধনৰ লেন-দেনৰ লগত জড়িত তদন্ত সংক্ৰান্তত ৩৫ টা স্থানত অভিযান চলায়। মুঠ ৫০ টা কোম্পানী আৰু ২৫ জন লোকক এই তদন্তৰ আওতালৈ আনা হৈছে। সঞ্চালকালয়ে কয়, যে প্রাথমিক তদন্তত ২০১৭ ৰ পৰা ২০১৯ চনৰ ভিতৰত ব্যক্তিগত বেংকৰ পৰা প্ৰায় তিনি হাজাৰ কোটি টকাৰ ঋণ জালিয়াতিৰ তথ্য প্ৰকাশ পাইছে। সঞ্চালকালয়ে লগতে কয়, যে বেংক, শ্বেয়াৰ হল্ডাৰ, বিনিয়োগকাৰী আৰু অন্যান্য ৰাজহুৱা প্ৰতিষ্ঠানক প্ৰতাৰণাৰে ৰাজহুৱা ধনৰ অপব্যৱহ...