May 29, 2025 6:56 PM

views 46

ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰৰ উদ্যোগত চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ মেলেৰীয়া প্ৰৱন এলেকাৰ জনসাধাৰণৰ মাজত ঔষধযুক্ত আঁঠুৱা আৰু কম্বল বিতৰণ

ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰৰ উদ্যোগত আজি চিৰাঙৰ ভাৰত- ভূটান সীমান্তৰ মেলেৰীয়া প্ৰৱন এলেকাৰ জনসাধাৰণৰ মাজত ঔষধযুক্ত আঁঠুৱা আৰু কম্বল বিতৰণ কৰা হয়। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি বামুণগাঁও আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু প্ৰাথমিক চিকিৎসালয়ত মেলেৰীয়া সজাগতা সভা অনুষ্ঠিত হয়। চিৰাং জিলা প্ৰশাসন আৰু স্বাস্থ্যসেৱা বিভাগৰ উদ্যোগত আয়োজিত এই সভাত বঙাইগাঁও শোধনাগাৰৰ কার্যবাহী সঞ্চালক নয়ন কুমাৰ বৰুৱাই মেলেৰীয়া ৰোগৰ পৰা বাছি থাকিবলৈ গ্ৰহণ কৰিব পৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে জনসাধাৰণক অৱগত কৰে। অনুষ্ঠ...