January 21, 2026 12:18 PM

views 23

চৰকাৰে মৰাপাটৰ কলৰ বাবে কেঁচা মৰাপাট মজুতকৰণৰ সীমা বৃদ্ধি কৰাৰ বিপৰীতে অনুমোদিত মজুতকৰণৰ সীমা হ্ৰাস

চৰকাৰে মৰাপাটৰ কলৰ বাবে কেঁচা মৰাপাট মজুতকৰণৰ সীমা বা পৰিমাণ বৃদ্ধি কৰাৰ বিপৰীতে ব্যৱসায়ী আৰু পাটৰ মুঠা বন্ধা ব্যৱসায়ীসকলৰ বাবে অনুমোদিত মজুতকৰণৰ সীমা হ্ৰাস কৰিছে। এই ব্যৱস্থাৰ উদ্দেশ্য হৈছে কল তথা MSME অর্থাৎ ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ বাবে কেঁচা পাটৰ উপলব্ধতা বৃদ্ধি কৰাৰ লগতে পাটৰ শ্ৰমিক আৰু কৃষকৰ স্বাৰ্থর্থ সুৰক্ষিত কৰা। এই সন্দর্ভত শীঘ্রে অধিসূচনা জাৰি কৰা হ'ব। কেন্দ্রীয় বস্ত্র মন্ত্রী গিৰিৰাজ সিঙে কালি নতুন দিল্লীত মন্ত্রালয়ৰ উচ্চপদস্থ বিষয়া আৰু মৰাপাট আয়ুক্তৰ কাৰ্যালয়ৰ সৈতে কেঁচা মৰা...