July 30, 2025 1:33 PM

views 17

খৰাংসদৃশ পৰিস্থিতিৰ বহাবে মুখ্য সচিব ড০ ৰবি কোটাৰ কেইবাটাও বিভাগলৈ নিৰ্দেশনা জাৰি

ৰাজ্যত চলিত বৰ্ষত হোৱা খৰাংসদৃশ পৰিস্থিতিৰ পৰা কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে মুখ্য সচিব ড০ ৰবি কোটাই কেইবাটাও বিভাগলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। মুখ্য সচিবগৰাকীয়ে সকলো জিলাৰ আয়ুক্তক তাৎক্ষণিকভাৱে জলসিঞ্চন আঁচনিসমূহৰ কাৰ্যক্ষমতা পর্যালোচনা কৰিবলৈ নিৰ্দেশ দিছে। বিশেষকৈ ক্ষতিগ্রস্ত অঞ্চলসমূহত এনে আঁচনিসমূহ তাৎক্ষণিকভাৱে কাৰ্যক্ষম কৰিবলৈ কোৱা হৈছে। তদুপৰি ড০ কোটাই সংশ্লিষ্ট বিভাগসমূহক পাম্পছেট, ক্ষুদ্র জলসিঞ্চন, নলা-নৰ্দমাৰ ব্যৱস্থা আৰু অন্যান্য জল উৎসসমূহ সক্ৰিয় কৰাৰ বাবে সহযোগিতা আগবঢ়...

February 12, 2025 8:06 PM

views 24

অসম বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্য কোকৰাঝাৰত উপস্থিত ড° ৰবি কোটা

অসম বিধানসভাৰ বাজেট অধিবেশনৰ ১৭ ফেব্ৰুৱাৰীত প্ৰথম দিনৰ কাৰ্যসূচী অনুষ্ঠিত হ'বলগীয়া কোকৰাঝাৰৰ বড়োলেণ্ড আঞ্চলিক পৰিষদ বিধায়িনী ভৱনত আজি মুখ্য সচিব ড° ৰবি কোটা উপস্থিত হৈ ইয়াৰ প্ৰস্তুতিৰ বুজ লয়। মুখ্য সচিবগৰাকীয়ে ৰাজ্যপালৰ ভাষণকে ধৰি প্ৰথম দিনাৰ কাৰ্যসূচী নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বি টি চি আৰু কোকৰাঝাৰ জিলা প্ৰশাসনে চলোৱা প্ৰস্তুতিৰ বুজ লয়। মুখ্য সচিব ড০ কোটাই এই এদিনীয়া অধিবেশনৰ প্ৰস্তুতি যুদ্ধকালীন ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ বি টি চিৰ প্ৰধান সচিব আকাশদ্বীপক নির্দেশ দিয়ে। তেওঁ বিধানসভ...