February 16, 2025 7:50 PM

views 33

শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সপ্তদশ প্রতিষ্ঠা দিৱস উদযাপন

শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে আজি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সপ্তদশ প্রতিষ্ঠা দিৱস উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ইংৰাজী, অসমীয়া চিকিৎসা বিজ্ঞানৰ আধুনিক অভিধান শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয়। এই গ্ৰন্থখনৰ জৰিয়তে চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী, গৱেষক তথা স্বাস্থ্যসেৱা বিভাগৰ বৃত্তিধাৰীসকল উপকৃত হ'ব বুলি আশা কৰা হৈছে। আজিৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলৰ বাবে থকা সকলো প্ৰকাৰৰ সেৱাৰ উপলব্ধতাৰে এখন ডিজিটেল মঞ্চ মুকলি কৰে। এই মঞ্চৰ জৰিয়তে শিক্...