September 11, 2024 11:45 AM

views 65

গ্রামাঞ্চলত কেঁচা ঘৰ নাইকীয়া কৰিবলৈ ৰাজ্য চৰকাৰৰ লক্ষ্য নির্ধাৰণ

● গ্রামাঞ্চলত কেঁচা ঘৰ নাইকীয়া কৰিবলৈ ৰাজ্য চৰকাৰে লক্ষ্য নির্ধাৰণ কৰিছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য, অসামৰিক যোগান, গ্রাহক পৰিক্রমা আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নগাঁৱত কালি এখন পর্যালোচনা বৈঠকত অংশগ্রহণ কৰি এইদৰে কয়। নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰীগৰাকীয়ে পঞ্চায়ত আৰু গ্রামোন্নয়ন, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান, খাদ্য, অসামৰিক যোগান আক গ্রাহক পৰিক্রমা বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্রগতিৰ খতিয়ান লয়। বৈঠকত প্রধানমন্ত্রী আব...

August 16, 2024 8:26 PM

views 44

ৰাজ্যিক পঞ্চায়ত আৰু গ্রামোন্নয়ন প্ৰতিষ্ঠানৰ কাৰ্যালয়ত মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ পৰ্যালোচনা বৈঠক

ৰাজ্যৰ গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি গুৱাহাটীৰ খানাপাৰাৰ ৰাজ্যিক পঞ্চায়ত আৰু গ্রামোন্নয়ন প্ৰতিষ্ঠানৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত ৰাজ্যিক পঞ্চায়ত আৰু গ্রামোন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক মুনিন্দ্ৰ নাথ শৰ্মা আৰু আন বিষয়াসকলৰ সৈতে বিভিন্ন বিষয় সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে। আজিৰ অনুষ্ঠানত মন্ত্ৰী শ্ৰীদাসে ৬ গৰাকী ফেকাল্টি মেম্বাৰক নিযুক্তি পত্ৰ প্ৰদান কৰে উল্লেখযোগ্য যে, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি অনুসৰ...