December 14, 2025 8:17 PM

views 32

লখিমপুৰৰ খাৰকাটি ফটাসুতি ঘাটত ১৮ জানুৱাৰীৰ পৰা ৰঙানদী সাংস্কৃতিক উৎসৱ ২০২৬

লখিমপুৰৰ খাৰকাটি ফটাসুতি ঘাটৰ পকী দলঙৰ সমীপত অহা ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ৰঙানদী সাংস্কৃতিক উৎসৱ ২০২৬। ফটাসুঁতি দলঙৰ সমীপত আজি এই উৎসৱৰ শুভাৰম্ভণি অনুষ্ঠান আয়োজিত হয়। অনুষ্ঠানটোত দিহা নামৰ লগতে মিছিং নৃত্যও পৰিবেশন কৰা হয়। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বিভিন্ন প্ৰজাতিৰ অভিলেখ সংখ্যক মাছ ৰঙানদীত এৰি দিয়া হ'ব। দ্বিতীয়বাৰৰ বাবে ৫ দিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া এই অনুষ্ঠানত জুবিন গাৰ্গৰ গীত আৰু নত্য প্রতিযোগিতা, গ্রন্থমেলা, বাণিজ্য মেলা, খাদ্য মেলা, বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি প্রদর্শন, ভাওনা, বাস,...