January 10, 2025 9:10 PM

views 16

ৰাঁছীৰ কাংকেত চিচিএলৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ আধাৰশিলা স্থাপন

কেন্দ্রীয় কয়লা মন্ত্রী জি কিষাণ ৰেড্ডীয়ে আজি ৰাঁছীৰ কাংকেত চিচিএলৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ আধাৰশিলা স্থাপন কৰে। দুদিনীয়া সূচীৰে ঝাৰখণ্ড ভ্ৰমণলৈ যোৱা ৰেড্ডীৰ এই ভ্ৰমণৰ আজি শেষৰটো দিন। আধাৰশিলা স্থাপন অনুষ্ঠানত শ্ৰীৰেড্ডীয়ে কয় যে ২০০খন বিছনাযুক্ত হাস্পতালখনৰ নিৰ্মাণ সম্পূৰ্ণ হ'লে, ই অঞ্চলটোৰ স্বাস্থ্য খণ্ডত মাইলৰ খুঁটি ৰূপে পৰিগণিত হ'ব। ইয়াৰ পাছত মন্ত্ৰী শ্ৰীৰেড্ডীয়ে ভাৰতীয় কয়লা পৰিচালনা সংস্থাৰ প্ৰশিক্ষণৰত বিষয়াবৰ্গৰ সৈতে কথা-বতৰাত মিলিত হয়। এই ভ্ৰমণ কালতে মন্ত্ৰীগৰাকীয়ে কালি ন...