January 24, 2026 8:06 PM

views 59

ৰাজ্য চৰকাৰৰ তত্বাৱধানত যোৰহাট-মাজুলী সংযোগী দলংখনৰ নিৰ্মাণকাৰ্য চলি আছে

ৰাজ্য চৰকাৰৰ তত্বাৱধানত যোৰহাট-মাজুলী সংযোগী দলংখনৰ নিৰ্মাণকাৰ্য চলি আছে। বিজেপিৰ ৰাজ্যিক উপ সভাপতি ৰাণা গোস্বামীয়ে আজি টিয়ক সমষ্টিৰ হাতীশাল হৈ হ'বলগীয়া এই দলংখনৰ নিৰ্মাণকাৰ্যৰ বুজ লয়। ২০২১ চনতে এই দলঙৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল যদিও কিছু কাৰিকৰী অসুবিধাৰ বাবে দীৰ্ঘদিন ধৰি এই কাম স্থগিত হৈ আছিল। বৰ্তমান পুনৰ নিৰ্মাণকাৰ্য আৰম্ভ হোৱাৰ পাছত দলংখনৰ ৬৮ টা খুটাৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। অতি কম দিনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিবলগীয়া এই দলংখনে যোৰহাট আৰু মাজুলী সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰ...