January 19, 2026 7:53 PM

views 46

প্রধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত এতিয়া বিশ্বৰ চতুৰ্থ বৃহত্তম অর্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিছেঃ ৰামদাস আঠাৱাল

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত এতিয়া বিশ্বৰ চতুৰ্থ বৃহত্তম অর্থনীতি হিচাপে আত্মপ্ৰকাশ কৰা বুলি সামাজিক ন্যায় আৰু সবলীকৰণ ৰাজ্যমন্ত্ৰী ৰামদাস আঠাৱালে প্ৰকাশ কৰে। আহমেদাবাদত জিলা বিষয়াসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত ভাষণ দি মন্ত্ৰীগৰাকীয়ে বিভিন্ন কেন্দ্ৰীয় কল্যাণমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে লগতে মেক ইন ইণ্ডিয়া অভিযানে দেশৰ উৎপাদন ক্ষেত্ৰত এটা বিপ্লৱৰ সূচনা কৰিছে, যাৰ ফলত গুজৰাটৰ লগতে দেশৰ অন্য ৰাজ্যতো বৃহৎ পৰিমাণে নিয়োগৰ সৃষ্টি হৈছে। পৰ্যালোচনা বৈঠক...