April 17, 2024 10:56 AM

views 45

অযোধ্যাত উলহ-মালহেৰে শ্ৰীৰাম জন্মোৎসৱৰ আয়োজন

ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছত সমগ্ৰ দেশৰ আন আন প্ৰান্তৰ লগতে অযোধ্যাত উলহ-মালহেৰে শ্ৰীৰাম জন্মোৎসৱৰ আয়োজন কৰা হৈছে। ৰাম নৱমীৰ বাবে দেশৰ বিভিন্ন স্থানৰ পৰা ভক্তসকল গৈ ইতিমধ্যে অযোধ্যাত উপস্থিত হৈছে। সম্ভাৱ্য ভিৰৰ প্ৰতি লক্ষ্য ৰাখি অযোধ্যাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অঞ্চলবিশেষে গধুৰ যান-বাহনৰ চলাচল নিষিদ্ধ কৰাৰ লগতে মেলা হ'বলগীয়া স্থানত ড্রোণ কেমেৰা আৰু চিচিটিভিৰ জৰিয়তে বিশেষ নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। ভক্তসকলৰ সুবিধার্থে বিভিন্ন স্থানত অস্থায়ী চিকিৎসা কেন্দ্ৰ তথা বিশুদ্ধ...