August 4, 2026 12:53 PM

views 20

কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত ২৬৩টা বান ব্যৱস্থাপনা প্ৰকল্পৰ বাবে ২,৫৩৬ কোটি ৯৬ লাখ টকা ব্যয় কৰিছেঃ কেন্দ্ৰীয় মন্ত্ৰী ৰাজভূষণ চৌধুৰী

কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত ২৬৩টা বান ব্যৱস্থাপনা প্ৰকল্পৰ বাবে দুহেজাৰ ৫৩৬ কোটি ৯৬ লাখ টকা ব্যয় কৰিছে। ছিকিমসহ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বাবে চলিত বৰ্ষৰ মাৰ্চ পর্যন্ত কেন্দ্ৰীয় চৰকাৰে এই ধন ব্যয় কৰিছে। ৰাজ্যসভাত কালি জলশক্তি মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰাজভূষণ চৌধুৰীয়ে এই তথ্য প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে এই প্রকল্পসমূহৰ অধীনত বান আৰু খহনীয়া নিয়ন্ত্রণ, নলা-নৰ্দমা আদিৰ নিৰ্মাণকাৰ্য কৰা হৈছে। ব্ৰহ্মপুত্ৰ বোর্ডে উত্তৰ-পূৰ্বাঞ্চলৰ বান নিয়ন্ত্ৰণৰ ...