July 22, 2026 10:51 AM

views 18

গুৱাহাটীকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ অধিকাংশ ঠাইত মজলীয়া বৰষুণৰ সম্ভাৱনা

গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই অহা ২৪ ঘণ্টাত গুৱাহাটী মহানগৰীৰ লগতে ধুবুৰী, গোৱালপাৰা, কামৰূপ আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকণিৰে দুই-এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৩ ডিগ্রী ছেলছিয়াছ আৰু সর্বনিম্ন ২৬ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সম...