November 12, 2025 8:25 PM

views 51

সমগ্ৰ দেশতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা

দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰ পাছতে সমগ্ৰ দেশতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীতো নিৰাপত্তাৰক্ষীয়ে বিশেষ সতর্কতা অৱলম্বন কৰাৰ লগতে তালাচী অভিযান অব্যাহত ৰাখিছে। বিশেষকৈ ৰে'ল ষ্টেচন, বিমান বন্দৰসমূহত নিৰাপত্তাৰক্ষীয়ে অভিযান চলাই পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। গুৱাহাটীৰ ৰে'লৱে ষ্টেচনত চি আৰ পি এফে তালাচী অভিযান চলোৱাৰ লগতে যাত্ৰীসকলৰ মাজত মাইকযোগে সজাগ, সচেতন আৰু সতৰ্ক হোৱাৰ আহ্বান জনায়। ৰে'লে ষ্টেচনসমূহত ড্রোনৰ সহায়ত নিৰীক্ষণ কৰি থকা হৈছে। সাম্প...