July 16, 2025 9:08 PM

views 32

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্রী বুলি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ অভিযোগ

লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্রী বুলি অভিযোগ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আজি ছয়গাঁৱৰ বনগাঁৱত আয়োজন কৰা এখন দলীয় সমাৱেশত ভাষণ দি শ্রীগান্ধীয়ে কয়, যে মুখ্যমন্ত্রী ড০ শর্মাই অসমৰ ভূমি ব্যক্তিগত ব্যৱহাৰৰ বাবে অধিগ্ৰহণ কৰিছে। সংবাদ মাধ্যমে বর্তমান সত্য কথা প্ৰকাশ নকৰে বুলিও ৰাহুল গান্ধীয়ে অভিযোগ কৰে। সমাৱেশত অংশগ্ৰহণ কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকার্জুন খার্গেই কংগ্ৰেছ দলে শেহতীয়াকৈ অসমত ইয়াৰ স্থিত...