July 9, 2024 12:26 PM

views 32

বিৰোধী নেতা ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণ, ৰাজ্যখনৰ হিংসাত্মক পৰিস্থিতিত ক্ষতিগ্ৰস্ত হৈ শিবিৰত থকা লোকৰ সৈতে বাৰ্তালাপ

বিৰোধী নেতা ৰাহুল গান্ধীয়ে কালি এদিনীয়া কাৰ্যসূচীৰে মণিপুৰ ভ্ৰমণ কৰে। তেওঁ ৰাজ্যখনৰ হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ক্ষতিগ্ৰস্ত হৈ বিভিন্ন শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰ সৈতে বাৰ্তালাপ কৰে। ইম্ফলত কালি সন্ধিয়া সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কংগ্ৰেছ নেতাগৰাকীয়ে মণিপুৰৰ জনসাধাৰণক হিংসাৰ বাট পৰিহাৰ কৰি একেলগে শান্তিপূর্ণভাৱে জীয়াই থাকিবলৈ আহ্বান জনায়। মণিপুৰ ভ্ৰমণ ৰাজনৈতিক উদ্দেশ্য প্রণোদিত নহয় বুলি উল্লেখ কৰি শ্ৰী গান্ধীয়ে কয় যে, তেওঁ ক্ষতিগ্রস্ত লোকসকলৰ দুখৰ বুজ ল'বৰ বাবেহে ৰাজ্যখনলৈ...