November 28, 2024 11:43 AM

views 17

লক্ষ্ণৌত অনুষ্ঠিত ছৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় ছুপাৰ 300 বেডমিণ্টনৰ ছিংগলছৰ পৰৱৰ্তী ৰাউণ্ডত পি ভি সিন্ধু, লক্ষ্য সেন

ভাৰতৰ পি ভি সিন্ধু আৰু লক্ষ্য সেন লক্ষ্ণৌত অনুষ্ঠিত ছৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় ছুপাৰ থ্ৰী হান্ড্রেড বেডমিণ্টন প্ৰতিযোগিতাৰ ছিংগলছৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে। পি ভি সিন্ধুৱে মহিলাৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত সতীর্থ খেলুৱৈ অনমোল খৰবক ২১-১৭, ২১-১৫ গেমত পৰাস্ত কৰে। ইপিনে, লক্ষ্য সেনে পুৰুষৰ ছিংগলছৰ এখন খেলত মালয়েছিয়াৰ ছোলেহ এডিলক ২১-১২, ২১-১২ গেমত পৰাভূত কৰে। সিন্ধু আৰু লক্ষ্য সেনৰ উপৰি মালৱিকা বনছোড়, উন্নতি হুদা আৰু তছনিম মীৰেও পৰৱৰ্তী ৰাউণ্ডত স্থান নিশ্চিত কৰিছে। একেদৰে অশ্বিনী পোনাপ্পা আৰু তনিশা...