August 6, 2025 8:25 PM

views 30

ডাৱৰ বিস্ফোৰণ হোৱা এলেকা পৰিদৰ্শন মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিৰ

উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাৰ ডাৱৰ বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত ধাৰালি অঞ্চলত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সংস্থাসমূহে ক্ষিপ্ৰ গতিত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিয়ে আজি অঞ্চলটো পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰে। তেওঁ লগতে আহত লোকসকলক উপযুক্ত চিকিৎসা প্রদান সুনিশ্চিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ডাৱৰ বিস্ফোৰণৰ ফলত হতাহত হোৱা লোকৰ পৰিয়াললৈ সম্ভাৱ্য সকলো ধৰণৰ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে। উদ্ধাৰ অভিযান দ্রুতগতিত চলোৱাৰ...