December 4, 2025 12:59 PM

views 31

উত্তৰ-পূব উন্নয়ন মন্ত্র্যালয়ৰ ১৩৫ কোটি ৫৩ লাখ টকাৰ দুটা প্রকল্পত অনুমোদন

উত্তৰ-পূব উন্নয়ন মন্ত্র্যালয়ে প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূবৰ বাবে উন্নয়ন উদ্যম আঁচনিৰ অধীনত অঞ্চলটোৰ বাবে ১৩৫ কোটি ৫৩ লাখ টকাৰ দুটা প্ৰকল্পত অনুমোদন জনাইছে। অসম, নাগালেণ্ড আৰু ত্ৰিপুৰা এই প্রকল্প দুটাৰ পৰা উপকৃত হ'ব। প্ৰথমটো প্ৰকল্পৰ ওপৰত বাঁহ উৎপাদিত অঞ্চলসমূহৰ সৱলীকৰণ আৰু উত্তৰ-পূৰ্বাঞ্চলত ৰপ্তানি সূচল কৰি ইঞ্জিনীয়ার্ড বেম্ব' অর্থাৎ বাঁহৰ পৰা উৎপাদিত বিভিন্ন সামগ্ৰীৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰা হ'ব। উত্তৰ-পূব বাঁহ-বেত উন্নয়ন পৰিষদে অসম আৰু নাগালেণ্ডৰ বাবে ৭০ কোটি ৯৮ লাখ টকা ব্যয়সাপেক্ষ এই প্রকল্প ৰূপা...