June 29, 2026 1:48 PM

views 16

চিচিলিত মৰিছাছৰ প্ৰধানমন্ত্ৰী ড০ নবীনচন্দ্ৰ ৰামগুলামক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি চিচিলিত মৰিছাছৰ প্ৰধানমন্ত্ৰী ড০ নবীনচন্দ্ৰ ৰামগুলামক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজত সম্প্ৰতি অব্যাহত থকা সহযোগিতা সন্দৰ্ভত আলোচনা কৰে। তেওঁলোকে লগতে ভাৰতে মৰিছাছৰ বাবে আগবঢ়োৱা বিশেষ অর্থনৈতিক পেকেজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। শ্ৰীমোদীয়ে কয়, যে মৰিছাছৰ প্ৰগতি আৰু উন্নয়নৰ বাবে ভাৰতৰ সহযোগিতাত চলি থকা দ্বিপাক্ষিক প্ৰকল্পই দেশখনৰ স্বাস্থ্যসেৱা, যোগাযোগ, বহনক্ষম বিকাশ আৰু সামুদ্রিক অর্থনীতিত অৰিহণা যোগাব। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ মহাসাগৰ দ...