June 11, 2024 6:35 PM

views 22

যোগ হৈছে একতা আৰু সমন্বয়ক উদযাপন কৰা শাশ্বত অনুশীলনঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে যোগ হৈছে একতা আৰু সমন্বয়ক উদযাপন কৰা শাশ্বত অনুশীলন। দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কাষ চাপি অহাৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে প্রধানমন্ত্রীয়ে এইদৰে প্ৰকাশ কৰিছে। বিবিধ সংস্কৃতি আৰু ভৌগোলিক বিচিত্ৰতাৰ মাজত সংযোগ স্থাপনৰ ক্ষেত্ৰত যোগৰ উল্লেখযোগ্য ক্ষমতাৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কৈছে যে সামূহিক কল্যাণৰ বাবে যোগে সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক একত্ৰিত কৰিছে। শ্ৰী মোদীয়ে কৈছে যে সকলোৱে যোগক নিজৰ জীৱনৰ অবিচ্ছেদ্য অংশ হিচাপে গঢ়ি তুলিবলৈ প...