September 7, 2026 8:16 PM

views 2

গোৱা আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ সন্মান বঁটা প্ৰদান

গৃহমন্ত্রী অমিত শ্বাহে টালেগাঁৱৰ ড° শ্যামাপ্রসাদ মুখার্জী ইনডৰ ষ্টেডিয়ামত আয়োজিত এটা অনুষ্ঠানত গোৱা আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ সন্মান বঁটা আগবঢ়ায়। অনুষ্ঠানত ভাষণ দি গৃহমন্ত্ৰীগৰাকীয়ে গোৱা আৰক্ষীৰ সেৱাৰ মনোভাৱ, পেছাদাৰিত্ব আৰু অনুশাসনৰ প্ৰশংসা কৰে। আভ্যন্তৰীণ নিৰাপত্তা বৰ্তাই ৰখা উপকূল সুৰক্ষা আৰু গোৱাৰ পৰ্যটন আৰু অর্থনীতি ৰক্ষাৰ ক্ষেত্ৰত আৰক্ষী বাহিনীয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে বুলিও তেওঁ মন্তব্য কৰে। গৃহমন্ত্ৰীগৰাকীয়ে কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা গোৱাৰ আৰক্ষী জোৱানসকললৈ শ্রদ্ধাঞ্...