October 28, 2026 12:25 PM
3
লিখটেনস্টাইনৰ ৰাজকুমাৰ এলইছ আৰু ৰাজকুমাৰী ছ’ফিক নতুন দিল্লীত আদৰণি
ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে লিখটেনস্টাইনৰ ৰাজকুমাৰ এলইছ আৰু ৰাজকুমাৰী ছ'ফিক কালি নতুন দিল্লীত আদৰণি জনায় আৰু তেওঁলোকৰ সন্মানার্থে এখন ভোজমেলৰ আয়োজন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰত-ইউৰোপীয় মুক্ত বাণিজ্য সংঘ তথা বাণিজ্য আৰু অর্থনৈতিক অংশীদাৰিত্ব চুক্তিয়ে দ্বিপাক্ষিক সহযোগিতাৰ দিশত নতুন সুযোগৰ সৃষ্টি কৰিছে। শ্রীমতী মুর্মুৱে উল্লেখ কৰে যে লিখটেনস্টাইনৰ উন্নত নির্মাণখণ্ড, উদ্ভাৱন আৰু বিত্তীয় সেৱাৰ বিচক্ষণতাক ভাৰতৰ দক্ষ কর্মশক্তি, নির্মাণ সামর্থ্য আৰু দ্রুত বিকশিত...