May 28, 2025 10:38 AM

views 37

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৬৯গৰাকী ব্যক্তিক পদ্ম সন্মান প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত পদ্ম সন্মান প্ৰদানৰ দ্বিতীয় পৰ্যায়ৰ অনুষ্ঠানত ৬৯ গৰাকী ব্যক্তিক এই সন্মানেৰে বিভূষিত কৰে। অনুষ্ঠানত ৩ গৰাকী ব্যক্তিক পদ্ম বিভূষণ, ৯ গৰাকীক পদ্ম ভূষণ আৰু ৫৭ গৰাকীক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হয়। প্ৰাক্তন মুখ্য ন্যায়াধীশ জগদীশ সিং খেহৰ আৰু কুমুদনি ৰজনীকান্ত লাখিয়াক ৰাজহুৱা পৰিক্ৰমা আৰু কলা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্ম বিভূষণ সন্মানেৰে বিভূষিত কৰা হয়। প্ৰসিদ্ধ লোক গায়িকা সাৰদা সিনহাক মৰণোত্তৰভাৱে এই সন্মা...