November 22, 2024 5:46 PM

views 26

সকলো নাগৰিকে ‘ৰাষ্ট্ৰ প্ৰথম’ নীতি গ্ৰহণৰ প্রয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মূৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মূৱে ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ বাবে সকলো নাগৰিকে ‘ৰাষ্ট্ৰ প্ৰথম’ নীতি গ্ৰহণ কৰাৰ প্রয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিছে। হায়দৰাবাদত অনুষ্ঠিত লোক মন্থনৰ চতুৰ্থ সংস্কৰণত ভাষণ দি ৰাষ্ট্ৰপতিয়ে কয়, যে বিভিন্ন ক্ষেত্ৰত থকা বিবিধতাৰ সত্ত্বেও দেশক একত্ৰিত কৰি ৰাখিবৰ বাবে ভাৰতীয় সংস্কৃতি, ভাষা, পৰম্পৰা আৰু জ্ঞানক আগবঢ়াই নিয়াটো দৰকাৰ। শ্ৰীমতী মুৰ্মুৱে আজি হায়দৰাবাদৰ আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক মহোৎসৱ আনুষ্ঠানিকভাবে উদ্বোধন কৰে। দাসত্বৰ মানসিকতাৰ পৰিৱৰ্তন...

November 21, 2024 12:17 PM

views 26

দুদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি তেলেংগানালৈ ৰাওনা হব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি দুদিনীয়া ভ্ৰমণসূচীৰে তেলেংগানালৈ যাব। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি হায়দৰাবাদত কোটি দীপোৎসৱম-২০২৪ অনুষ্ঠানত অংশ ল'ব। কাইলৈ ৰাষ্ট্ৰপতি মুৰ্মুৱে হায়দৰাবাদত আয়োজিত লোক মন্থন-২০২৪ অনুষ্ঠানত উদ্বোধনী ভাষণ প্রদান কৰিব ।