June 23, 2026 10:15 PM

views 15

ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত বিশিষ্ট ব্যক্তিক পদ্ম প্ৰদান ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত পদ্ম সন্মানসমূহ প্রদান কৰে। অনুষ্ঠানত সাংবাদিক পি নাৰায়ণক সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্ম বিভূষণ প্রাক্তন ন্যায়াধীশ কে টি থ'মাছক সমাজ সেৱাৰ বাবে পদ্ম বিভূষণ সন্মানেৰে সন্মানিত কৰা হয়। প্রাক্তন টেনিছ খেলুৱৈ বিজয় অমৃতৰাজ, অভিনেতা মামতি আৰু নেপথ্য গায়িকা অলকা য়াগনিকলৈ পদ্ম ভূষণ সন্মান আগবঢ়োৱা হয় ৷ চৰকাৰে চলিত বৰ্ষত ১৩১ গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়াইছে। ইয়াৰ ভিতৰত ৫ গৰাকীক পদ্মবিভূষণ, ১...