April 15, 2025 8:25 PM

views 35

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক ২০২৩ বেটছৰ ভাৰতীয় প্রশাসনিক বিষয়াসকলৰ সাক্ষাৎ

২০২৩ বেটছৰ ভাৰতীয় প্রশাসনিক বিষয়াসকলে আজি ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুর্ক সাক্ষাৎ কৰে। সাক্ষাৎকালত শ্ৰীমতী মুর্মুৱে কয়, যে এই বিষয়াসকলে স্থানীয় আৰু ৰাজ্যিক পৰ্য্যায়ত ৰূপায়ণ কৰা উন্নয়ন আৰু জন-কল্যাণমূলক কামে ৰাষ্ট্ৰীয় লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। তেওঁ লগতে বিষয়াসকলক নিজৰ অধিকাৰ আৰু অসামৰিক দায়িত্বৰ মাজত ভাৰসাম্যৰ বিষয়টো মনত ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায়। এই বিষয়ে গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে বিষয়াসকলে তেওঁলোকৰ অধিকাৰক ফলপ্ৰসূ...