September 6, 2026 12:29 PM

views 16

ৰাজ্যসভাৰ সাংসদ ড° দীনেশ শর্মাক আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপৰাজ্যপাল হিচাপে নিযুক্তি

ৰাজ্যসভাৰ বিজেপি সাংসদ ড° দীনেশ শর্মাক আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। ২০১৭ চনৰ ৮ অক্টোবৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা এডমিৰেল (অৱসৰপ্ৰাপ্ত) ডি কে যোশীৰ পাছত ড° শৰ্মাই এই পদত নিযুক্তি লাভ কৰে। ৬২ বছৰীয়া ড° শৰ্মা ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী হিচাপে কার্যনির্বাহ কৰিছিল। তেওঁৰ ৰাজ্যসভাৰ কাৰ্যকাল অহা ২৫ নৱেম্বৰত সমাপ্ত হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ পৰা কালি জাৰি কৰা এটা বিবৃতিত কোৱা হৈছে যে কাৰ্যালয়ৰ দায়িত্ব গ্রহণ কৰাৰ ...