September 21, 2026 8:08 PM
5
ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া ভ্রমণসূচীৰে গুজৰাটত উপস্থিত
ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া ভ্রমণসূচীৰে আজি গুজৰাটত উপস্থিত হয়। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ কেৱড়িয়াৰ একতা নগৰত ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা প্রদান অনুষ্ঠানত সভাপতিত্ব কৰিব। শ্রীমতী মুর্মুৱে বুধবাৰে বডোদৰাৰ মহাৰাজা ছায়াজী ৰাও বিশ্ববিদ্যালয়ৰ ৭৫ সংখ্যক বাৰ্ষিক অভিবর্তন অনুষ্ঠানত সভাপতিত্ব কৰিব। তেওঁ লগতে ব্রহ্মকুমাৰীৰ এটা বিশেষ অভিযানৰ শুভাৰম্ভ কৰাৰ উপৰি বডোদৰাত গোলকীয় আধ্যাত্মিক স্থান ৰিট্রিট কেন্দ্ৰ উদ্বোধন কৰিব। শ্রীমতী মুর্মুৱে বিকশিত ভাৰতৰ যুৱ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আভ্যন্তৰী...