February 24, 2025 12:58 PM

views 39

বিশিষ্ট চিত্রশিল্পী দিলীপ তামুলীক কালি প্ৰণৱ বৰুৱা শিল্পী বঁটা প্ৰদান

বিশিষ্ট চিত্রশিল্পী দিলীপ তামুলীক কালি প্ৰণৱ বৰুৱা শিল্পী বঁটা প্ৰদান কৰা হয়। নগাঁৱৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চিত্ৰী শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে গামোচা, প্রশস্তি পত্ৰ, স্মাৰক আৰু নগদ ২৫ হাজাৰ টকা। শিল্পী প্ৰণৱ বৰুৱাৰ পৰিয়াল তথা প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ পৰিচালনা সমিতিৰ হৈ শিল্পীগৰাকীক যশস্বী চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাই এই বঁটা প্ৰদান কৰে ।