December 29, 2024 8:06 PM

views 49

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীৰ  ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ চাৰিলাম গাওঁ পৰিদৰ্শন

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা নতুন আৰু নৱীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ চাৰিলাম গাওঁ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে কৃষকসকলৰ বাবে ত্ৰিপুৰা নৱীকৰণযোগ্য শক্তি উন্নয়ন সংস্থাই গ্রহণ কৰা নৱীকৰণযোগ্য শক্তি প্ৰকল্পৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। অঞ্চলটোত মন্ত্ৰ্যালয়ৰ কাম কাজৰ অগ্ৰগতি পর্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে পি এম কুসুম আঁচনিৰ অধীনত ৫৪ একৰ ভূমি সামৰি ২৭ টা এছ পি ভি পাম্প আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ আঁচনিৰ অধীনত ৩৫ টা এল ...

December 24, 2024 9:16 PM

views 36

জাগো গ্রাহক জাগো এপ, জাগৃতি এপ আৰু জাগৃতি ডেছবোৰ্ড মুকলি কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ

ৰাষ্ট্ৰীয় উপভোক্তা দিৱস উপলক্ষে কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি ই-বাণিজ্য মঞ্চসমূহৰ ক্রেতাসকলৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব পৰা ডার্ক পেটাৰ্ণসমূহ চিনাক্ত কৰা আৰু গ্ৰাহকসকলৰ সৱলিকৰণৰ বাবে ভার্চুৱেল ব্যৱস্থাৰে ভালেমান ব্যৱস্থা মুকলি কৰে। শ্ৰীযোশীয়ে গ্ৰাহকসকলক সুৰক্ষা প্ৰদানৰ লগতে ই বাণিজ্য মঞ্চসমূহৰ ডার্ক পেটাৰ্ণসমূহ চিনাক্ত কৰাৰ উদ্দেশ্যে জাগো গ্রাহক জাগো এপ, জাগৃতি এপ আৰু জাগৃতি ডেছবোৰ্ড মুকলি কৰে। এই উপলক্ষে শ্রীযোশীয়ে কয়, যে গ্ৰাহকসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে তেওঁল...