January 15, 2026 9:43 AM

views 83

প্রথিতযশা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাৰ দেহাৱসান

অসমৰ প্রথিতযশা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাৰ নশ্বৰ দেহ আজি পুৱা চিকিৎসালয়ৰ পৰা তেওঁৰ বাসভৱনলৈ অনা হয়। গুণগ্রাহীসকলে তেওঁৰ বাসগৃহতে, প্রয়াত সাংবাদিক, সাহিত্যিক গৰাকীক শ্রদ্ধা তর্পন কৰিব পাৰিব বুলি পৰিয়ালৰ তৰফৰ পৰা জানিবৰ পৰা গৈছে। পুৱা ১১ বজাত নবগ্রহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। গুৱাহাটীৰ ডাউন টাউন হাস্পতালত বার্ধক্যজনিত কাৰণত কালি দেহাৱসান ঘটা প্ৰদীপ বৰুৱাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৭বছৰ।১৯৩৮ চনত ডিব্ৰুগড়ত জন্মলাভ কৰা প্ৰদীপ বৰুৱাই গুৱাহাটীৰ ডনবস্কো বিদ...

January 14, 2026 10:06 PM

views 92

অসমৰ প্ৰথিতযশা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱাৰ দেহাৱসান

অসমৰ প্ৰথিতযশা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱাৰ আজি গুৱাহাটীৰ ডাউন টাউন হাস্পতালত বার্ধক্যজনিত কাৰণত মৃত্যু হয়। তেওঁৰ বয়স হৈছিল ৮৭ বছৰ। ১৯৩৮ চনত ডিব্ৰুগড়ত জন্মলাভ কৰা প্ৰদীপ বৰুৱাই গুৱাহাটীৰ ডনবস্কো বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে আৰু কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ কনিষ্ঠ পুত্ৰ বৰুৱাই পিতৃৰ সৈতে ট্ৰিবিউন গোষ্ঠী আৰু সাহিত্য প্ৰকাশনৰ সৈতে জড়িত হৈছিল। ১৯৮১ চনৰ পহিলা ডিচেম্বৰৰ পৰা প্ৰখ্যাত সাহিত্যিক ভবেন্দ্ৰ নাথ শ‍ইকীয়া...

January 15, 2026 12:08 AM

views 88

প্ৰতিথযথা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাৰ দেহাৱসান

অসমৰ প্ৰতিথযথা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাৰ আজি গুৱাহাটীৰ ডাউন টাউন হাস্পতালত বার্ধক্যজনিত কাৰণত মৃত্যু হয়। তেওঁৰ বয়স হৈছিল ৮৭ বছৰ। ১৯৩৮ চনত ডিব্ৰুগড়ত জন্মলাভ কৰা প্ৰদীপ বৰুৱাই গুৱাহাটীৰ ডনবস্কো বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে আৰু কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ কণিষ্ঠ পুত্ৰ বৰুৱাই পিতৃৰ সৈতে ত্ৰিবিউন গোষ্ঠী আৰু সাহিত্য প্ৰকাশনৰ সৈতে জড়িত হৈছিল। ১৯৮১ চনৰ পহিলা ডিচেম্বৰৰ পৰা প্ৰখ্যাত সাহিত্যিক ভৱেন্দ্ৰ নাথ শ‍ইকীয়া...