May 17, 2025 9:20 PM

views 23

ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ শক্তিমন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব শক্তিমন্ত্ৰী মনোহৰ লালে

শক্তিমন্ত্ৰী মনোহৰ লাল পৰহিলৈ হ'বলগীয়া ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ শক্তিমন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণৰ বাবে ব্রাজিললৈ গৈছে। এই বৈঠকৰ সময়ত মন্ত্ৰীগৰাকীয়ে শক্তি সুৰক্ষা, সহজলভ্যতা, ব্যয়সাধ্যতা, বহনক্ষমতাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত ব্ৰিকছৰ শক্তিমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ'ব। শক্তি মন্ত্রালয়ে এক বিবৃতিযোগে কয় যে ভাৰতে বিগত দশকত শক্তিৰ ক্ষমতা ৯০ শতাংশ বৃদ্ধি, নৱীকৰণযোগ্য শক্তি, সেউজ হাইড্ৰজেন আৰু জৈৱ ইন্ধনৰ ক্ষেত্ৰত নেতৃত্ব দিয়াৰ লগতে শক্তিখণ্ডত উদ্ভাৱন আৰু বহনক্ষম উন্নয়নকে ধৰি বিগত দশকত লাভ...