June 14, 2026 11:02 AM

views 22

কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই হিমাচল প্রদেশত ডাক বিভাগৰ ড্রোন সেৱা শুভাৰম্ভ কৰে

কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই হিমাচল প্রদেশত ডাক বিভাগৰ ড্রোন সেৱাৰ শুভাৰম্ভ কৰিছে। এতিয়াৰে পৰা ড্রোনৰ সহায়ত পাহাৰীয়া আৰু দুর্গম অঞ্চললৈ ডাক সামগ্ৰী সৰবৰাহ কৰা হ'ব। এই সেৱা প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ মাণ্ডিৰ মুখ্য ডাকঘৰ আৰু ৰেহৰধৰ শাখা ডাকঘৰৰ মাজত আৰম্ভ কৰা হৈছে। পৰম্পৰাগত পথত ১২ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্রয়োজন হোৱা প্রায় দুঘণ্টাৰ অধিক সময়ৰ পৰিৱৰ্তে ড্ৰোনৰ ব্যৱহাৰৰ ফলত এতিয়া মাত্র সাত মিনিটতে অতিক্রম কৰিব পৰা যাব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গ্ৰামীণ ডাক সেৱকসকলৰ সৈতে হোৱা আল...