December 12, 2024 7:49 PM

views 22

পৰ্টুগালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পাওল’ ৰেংগেল নতুন দিল্লীত উপস্থিত

পৰ্টুগালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পাওল' ৰেংগেল আজি চাৰিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ অহা মন্ত্ৰীগৰাকীক স্বাগতম জনায়। সামাজিক মাধ্যমৰ এটা পোষ্টত মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধিৰ জয়ছৱালে কয়, যে এই ভ্রমণে দুয়োখন দেশৰ বহুপাক্ষিক সম্পর্ক সুদৃঢ় কৰিব। উল্লেখযোগ্য যে অহা বছৰ ভাৰত-পৰ্টুগাল দ্বিপাক্ষিক সম্পর্কই ৫০ বছৰত ভৰি দিব। আমাৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি ৰেংগলে কাইলৈ নতুন দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ স...