July 26, 2025 10:07 AM

views 34

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া তামিলনাড়ু ভ্রমণসূচীত ৪,৮০০ কোটিতকৈও অধিক পুঁজি ব্যয়ৰে  প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দুদিনীয়া ভ্রমণসূচীৰে তামিলনাড়ুলৈ যাব। ব্ৰিটেইন আৰু মালদ্বীপৰ ভ্রমণ সামৰি প্ৰধানমন্ত্ৰী পোনে পোনে তুতিকৰিনলৈ যাব। তুতিকনিত প্রধানমন্ত্ৰীয়ে আজি ৪,৮০০ কোটিতকৈও অধিক পুঁজি ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কেইবাটাও প্রকল্প মুকলি কৰিব। এই প্রকল্পসমূহে আঞ্চলিক যোগাযোগ, যাতায়াতৰ সুবিধা বৃদ্ধি কৰাৰ লগতে স্বচ্ছ শক্তি আন্তঃগাঁথনি শক্তিশালী কৰা আৰু ৰাজ্যখনৰ নাগৰিকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূম...