October 4, 2025 9:19 PM

views 33

তিৰুপ্পুৰ কুমাৰন আৰু সুব্রমণিয়া শিৱাৰ জয়ন্তীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰদ্ধাঞ্জলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তিৰুপ্পুৰ কুমাৰন আৰু সুব্রমণিয়া শিৱাৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত তামিলনাডুৰ দুয়োগৰাকী নেতাই জনসাধাৰণৰ মাজত জাতীয়তাবাদৰ মনোভাব উদ্বুদ্ধ কৰাত প্ৰেৰণা যোগাইছিল। দুয়োগৰাকী নেতাৰ ত্যাগক স্মৰণ কৰি তিৰুঙ্কুৰ কুমাৰণে জাতীয় পতাকা হাতত লৈ নিজৰ জীৱন উৎসৰ্গা কৰাৰ কথা প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । আনহাতে সুব্রমণিয়া শিৱাই তেওঁৰ নির্ভিক সৃষ্টিৰাজী আৰু ভাষণৰ জৰিয়তে যুৱক-যুৱতীসকলৰ মাজত ...

October 4, 2024 6:35 PM

views 55

মুক্তি যুজাৰু শ্যামজী কৃষ্ণ বাৰ্মাৰ জন্ম দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধঞ্জলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুক্তি যুজাৰু শ্যামজী কৃষ্ণ বাৰ্মাৰ জন্ম দিৱস উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধঞ্জলি জ্ঞাপন কৰিছে। এটা বাৰ্তাত প্রধানমন্ত্রী মোদীয়ে শ্যামজী কৃষ্ণ বাৰ্মাৰ দেশৰ প্ৰতি থকা ত্যাগৰ মনোভাব আৰু অদম্য সাহসে উঠি অহা প্ৰজন্মক সদায় অনুপ্রাণিত কৰিব বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, তেওঁৰ বৈপ্লবিক কামকাজসমূহে দেশৰ স্বাধীনতা ঘূৰাই অনাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিল।